Assam TET Online Test-Assam TET 2012 LP Question Paper Online Exam

Assam TET Online Test

Question Paper: 2012
Question Paper Level : LP
Total Time : 100 Minute



Assam TET Online Exam 2012 Question Paper

Click the OK button in the below Box for Start your Online Exam



Assam TET Online Test নিয়মাৱলী:

১) পৰীক্ষাটোত মুঠ ১৫০ নম্বৰ থাকিব৷ 
২) মুঠ সময় ১০০ মিনিট দিয়া  হৈছে৷ 
৩) ইয়াত কোনো Negative Marking নাই৷
৪) প্ৰতিটো প্ৰশ্নৰ উত্তৰ নিৰ্বাচনৰ বাবে‍ ৪০ ছেকেণ্ড সময় ধাৰ্য কৰা  হৈছে৷ নি‍ৰ্ধাৰিত ৪০  ছেকেণ্ড সময়ৰ ভিতৰত একোটা প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম নহ'লে  সেই প্ৰশ্নৰ বাবে থকা ১ নম্বৰ আপুনি হেৰুৱাব৷
৫) এটা প্ৰশ্নৰ উত্তৰ Submit কৰাৰ পাছতহে পৰৱৰ্তী প্ৰশ্নটোলৈ যাব পাৰিব৷ 
৬) এটা প্ৰশ্নৰ উত্তৰ Submit কৰাৰ পাছত পুনৰ সেই প্ৰশ্নটোলৈ ঘূৰি যাব নোৱাৰিব৷
৭) একেবাৰে  শেষৰটো প্ৰশ্ন, অৰ্থাৎ ১৫০ নং প্ৰশ্নটোৰ উত্তৰ Submit কৰাৰ পাছতে আপোনাক আপুনি লাভ কৰা মুঠ নম্বৰ আৰু % দেখুওৱা হ'ব৷ লগতে আপুনি কৰা ভুলসমূহো প্ৰতিৱেদনত চাব পাৰিব৷
৮) অনুত্তীৰ্ণসকলে পুনৰ এবাৰ নিজকে পৰীক্ষা কৰি চাবৰ বাবে বিকল্প থাকিব

Click the OK button in the below Box for Start your Online Exam

Share: