Download Assam High School TET Question Paper Part 2
১/ UNHCR Full Form ?
২/ অৰুনোদই কেতিয়া প্ৰকাশ পাইছিল ?
৩/ অন্তৰংগ আৰু সমীপেসু কাৰ ৰচনা ?
৪/ গোলাম কাৰ ৰচনা ?
৫/ তুমি কাৰ ৰচনা ?
৬/ ৰাতি ফুলা ফুল কোনে ৰচনা কৰিছিল ?
৭/ চিত্ৰাচল পাহাৰত কোনটো মন্দিৰ আছে ?
৮/ মই খালো ,মই ভাত খালো কি ক্ৰিয়া ??
৯/ জীৱনৰ বাটত কেতিয়া প্ৰকাশ হৈছিল ?
১০/ জোনাকীৰ প্ৰথম সম্পাদক ?
১১/ মৃত্যুঞ্জয় উপন্যাস কিমান চনত প্ৰকাশ হৈছিল ?
১২/ বৈকুণ্ঠ নাথ ভট্টাচাৰ্য আন এটা নাম ?
১৩/ Individual antonyms ?
১৪/ Cohesion Synonms ?
১৫/ প্ৰত্ন অসমীয়া ভাষাৰ সাহিত্যিক নিদৰ্শন কি ?
১৬/ Employment news কাৰ প্ৰকাশন ?